অসম

assam

By

Published : Feb 21, 2020, 3:13 PM IST

ETV Bharat / state

লখিমপুৰত বিজেপিৰ ৰাজ্যিক সভাপতিক ক'লা পতাকা প্ৰদৰ্শন

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক লখিমপুৰত ক'লা পতাকা প্ৰদৰ্শন ৷ আছু কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

AASU protest against CAA at lakhimpur
লখিমপুৰত বিজেপিৰ ৰাজ্যিক সভাপতিক ক'লা পতাকা প্ৰদৰ্শন

লখিমপুৰ, 21 ফেব্ৰুৱাৰী :শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক লখিমপুৰত ক'লা পতাকা প্ৰদৰ্শন ৷ ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ অহাৰ সময়তে লখিমপুৰৰ সমীপৰ চৰাইমৰীয়াত বিজেপিৰ সভাপতি গৰাকীক আছু কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নাগৰিকত্ব সংশোধনী আইন, 2019 কোনো কাৰণতে মানি নলয় বুলি আছু কৰ্মীয়ে স্পষ্ট কৰি দিয়ে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেস্তনীৰ মাজেৰে লখিমপুৰ আৱৰ্ত ভৱনত উপস্থিত হয় সভাপতি গৰাকী ৷

লখিমপুৰত বিজেপিৰ ৰাজ্যিক সভাপতিক ক'লা পতাকা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details