অসম

assam

প্ৰমোদ বড়োৰ মতে অসমত বিজেপি মিত্ৰজোঁটৰ বিকল্প নাই

By

Published : Mar 31, 2021, 5:52 PM IST

কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাফুৰিত বুধবাৰে এবছুৰ উদ্যোগত উদযাপন কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৫ সংখ্যক জন্ম জয়ন্তীত অংশগ্ৰহণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ সাংবাদিকৰ প্ৰশ্ন উত্তৰত প্ৰমোদ বড়োৱে কয়, অসমত বিজেপি মিত্ৰজোঁটৰ বাদে আন কোনো বিকল্প নাই ৷ চৰকাৰ বিজেপি মিত্ৰজোঁটে গঠন কৰিব ৷

প্ৰমোদ বড়োৰ মতে অসমত বিজেপি মিত্ৰজোঁটৰ বিকল্প নাই
প্ৰমোদ বড়োৰ মতে অসমত বিজেপি মিত্ৰজোঁটৰ বিকল্প নাই

কোকৰাঝাৰ ৩১ মাৰ্চ : অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব ৷ কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাফুৰিত বুধবাৰে এবছুৰ উদ্যোগত উদযাপন কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৫ সংখ্যক জন্ম জয়ন্তীত অংশগ্ৰহণৰ কৰাৰ পাচতে সংবাদমাধ্যমৰ আগত এই দৰে মন্তব্য প্ৰকাশ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

প্ৰমোদ বড়োৰ মতে অসমত বিজেপি মিত্ৰজোঁটৰ বিকল্প নাই

সাংবাদিকৰ প্ৰশ্ন উত্তৰত প্ৰমোদ বড়োৱে কয়, অসমত বিজেপি মিত্ৰজোঁটৰ বাদে আন কোনো বিকল্প নাই ৷ চৰকাৰ বিজেপি মিত্ৰজোঁটে গঠন কৰিব ৷ কাৰণ কংগ্ৰেছ মহাজোঁটত অসমৰ জনসাধাৰণে বিচৰা ধৰণৰ কোনো এজন প্ৰাৰ্থী নাই বুলি কয় বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷

"বৃস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত কোকৰাঝাৰ ভ্ৰমণ বিটিআৰ তথা সমগ্ৰ অসমবাসীৰ বাবে এটা সুখবৰ ৷ প্ৰধানমন্ত্ৰীৰ আগমনে আমাৰ অঞ্চলৰ উন্নয়ন আৰু অধিক খৰতকীয়া কৰিব ৷ গতিকে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷" প্ৰমোদ বড়োৱে কয় ৷

লগতে পঢ়ক: প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া COVID-19 ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details