অসম

assam

ETV Bharat / state

বিশুদ্ধ খোৱাপানীৰ অভাৱত ধৰমপুৰবাসী

বাৰিষাৰ সময়ছোৱাত কুঁৱাৰ পানী ওফন্দি উঠাৰ পিচতো কুঁৱাৰ পানীকে খোৱাপানী হিচাপে সেৱন কৰি আহিবলগা হৈছে গাঁওবাসীয়ে

বিশুদ্ধ খোৱাপানীৰ অভাৱত ধৰমপুৰবাসী

By

Published : Jul 27, 2019, 10:20 PM IST

কোকৰাঝাৰ, 27 জুলাইঃ বিশুদ্ধ খোৱাপানীৰ অভাৱত কোকৰাঝাৰ জিলাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে থকা ধৰমপুৰ গাওঁ ৷ 1991 চনতে নিৰ্মাণ কৰা এটা 28 বছৰ পুৰণি কুঁৱাৰ ওপৰতে নিৰ্ভৰশীল গাঁওখনৰ লোকসকল । দুখন গাঁও একগোট হৈ নিৰ্মাণ কৰিছিল কুঁৱাটো৷ কিন্তু বাৰিষাৰ সময়ছোৱাত এই কুঁৱাৰ পানী ওফন্দি উঠাৰ পিচতো কুঁৱাৰ পানীকে সেৱন কৰি আহিবলগা হৈছে গাঁওবাসীয়ে । বৰ্তমানেও কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱাৰ অভিযোগ ধৰমপুৰবাসীৰ ৷

বিশুদ্ধ খোৱাপানীৰ অভাৱত ধৰমপুৰবাসী

ABOUT THE AUTHOR

...view details