অসম

assam

ETV Bharat / state

মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাইঃ জুবিন গাৰ্গ

6 ছেপ্টেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ প্ৰচাৰত গীত পৰিবেশন কৰিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে ৷ কোকৰাঝাৰৰ ভোটগাঁও হাইস্কুল প্ৰাংগনত শ শ অনুৰাগীৰ উপস্থিত প্ৰচাৰ চলায় শিল্পীগৰাকীয়ে ৷

মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাইঃ জুবিন গাৰ্গ

By

Published : Aug 25, 2019, 10:05 PM IST

কোকৰাঝাৰ, 25 আগষ্টঃ "মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগবান নাই,মই মুক্ত, মই কাঞ্চনজংঘা," ৷ এই সংলাপেৰে কোকৰাঝাৰত কাঞ্চনজংঘা ছবিৰ প্ৰচাৰ চলালে জুবিন গাৰ্গে ৷ 6 ছেপ্টেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ প্ৰচাৰত গীত পৰিবেশন কৰিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব গৰাকীয়ে ৷ কোকৰাঝাৰৰ ভোটগাঁও হাইস্কুল প্ৰাংগনত শ শ অনুৰাগীৰ উপস্থিতিত প্ৰচাৰ চলায় শিল্পীগৰাকীয়ে ৷

মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাইঃ জুবিন গাৰ্গ

আনহাতে, সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কাঞ্চনজংঘা সফল হ'ব বুলি মন্তব্য কৰি তেওঁ নিজকে ধনাত্মক মনৰ মানুহ বুলি দাবী কৰে । শিল্পী গৰাকীক নুতুন প্ৰজন্মই যেনেকৈ মৰম চেনেহ দিছে তেনেকৈ নতুন প্ৰজন্ময়ে ভালপোৱা উদ্দেশ্যৰে কাম কৰি যাব বুলি উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details