অসম

assam

ETV Bharat / state

আগন্তুক নিৰ্বাচনঃ কোকৰাঝাৰৰ নৱপ্ৰজন্মই কি কয় ?

কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ ৷ কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৷ আগন্তুক নিৰ্বাচনত ভোটাৰক আকৰ্ষণৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণেৰে চলাইছে চেষ্টা ৷ এনে পৰিস্থিতিত কি ভাৱে অসমৰ নৱ-প্ৰজন্মই ? কেনেদৰে নিৰ্বাচন কৰিব তেওঁলোকৰ জন প্ৰতিনিধিগৰাকীক ৷ কোকৰাঝাৰ জিলাৰ যুৱ-প্ৰজন্মৰ কাষত ই টি ভি ভাৰত.....

KOKRAJHAR

By

Published : Mar 30, 2019, 2:39 PM IST

  • সমগ্ৰ ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ
  • নৱপ্ৰজন্ম আৰু সাধাৰণ জনতাৰ মাজত বৃদ্ধি পাইছে উৎসুকতা
  • কি বিচাৰে অসমৰ নৱপ্ৰজন্মই?
  • নৱ প্ৰজন্মই কেনে হোৱাটো বিচাৰে তেওঁলোকৰ জনপ্ৰতিনিধি ?
  • কোকৰাঝাৰ জিলাৰ নৱ প্ৰজন্মৰ কাষত ই টি ভি ভাৰত
  • একাংশ যুৱ প্ৰজন্মৰ দাবী তেওঁলোকে নাচায় কোনো দল, তেওঁলোকে বিচাৰে যোগ্যপ্ৰাৰ্থী
  • ৰাইজৰ হকে, সমাজৰ উন্নয়ণৰ হকে কাম কৰা প্ৰাৰ্থীকহেঅগ্ৰাধিকাৰ দিব নৱ-প্ৰজন্মই ৷
    কেনে প্ৰাৰ্থী বিচাৰে নৱ-প্ৰজন্মই

ABOUT THE AUTHOR

...view details