অসম

assam

ETV Bharat / state

"কোকৰাঝাৰত ইউ পি পি এলয়ে নিল গেম খাব"-চন্দন ব্ৰহ্ম

দেওবাৰে চিৰাঙত অন্তিম খন নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ এই সভাতে মন্ত্ৰীগৰাকীয়ে বিজেপি মিত্ৰজোঁটে লোকসভা নিৰ্বাচনত 80 শতাংশ আসন লাভ কৰিব বুলি মন্তব্য কৰে ।

By

Published : Apr 21, 2019, 10:48 PM IST

"কোকৰাঝাৰত ইউ পি পি এলয়ে নিল গেম খাব"-চন্দন ব্ৰহ্ম

চিৰাং,21এপ্ৰিল: "ইউ পি পি এল দলে কোকৰাঝাৰ লোকসভা সমষ্টিত চাৰি নম্বৰত থাকিব । সদায় হাৰিছে এইবাৰো ইউ পি পি এল দল হাৰিব ৷ নিল গেম খাব ইউ পি পি এল দলে ।"- চিৰাঙৰ 31 নং চিদলী বিধান সভা সমষ্টিৰ ৰঞ্চাইধাম বজাৰত অনুষ্ঠিত বিপিএফ দলৰ অন্তিমটো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰী চন্দন ব্ৰহ্মৰ । লগতে মন্ত্ৰীজনে এইবাৰ বিজেপি মিত্ৰজোঁটে 80% আসন লাভ কৰিব বুলিও দাবী কৰে । কোকৰাঝাৰত বিপিএফৰ প্ৰমিলাৰাণী ব্ৰহ্ম জিকাটো নিশ্চিত হৈ বুলিও কয় মন্ত্ৰীজনে ।

"কোকৰাঝাৰত ইউ পি পি এলয়ে নিল গেম খাব"-চন্দন ব্ৰহ্ম

ABOUT THE AUTHOR

...view details