কোকৰাঝাৰ, 19 মাৰ্চঃসমাগত বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিটিএডি অঞ্চলত ধাৰাবাহিকভাৱে উদ্ধাৰ হৈছে অবৈধ অস্ত্ৰ শস্ত্ৰ ৷ ব্যাপক মাত্ৰাত অবৈধ অস্ত্ৰ শস্ত্ৰৰ পয়োভৰ ঘটা দেখিবলৈ পোৱা গৈছে বিটিএডি অঞ্চলত ৷ বুধবাৰে মাজনিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ পাতগাওঁ বজাৰত অসম আৰক্ষীয়ে চলোৱা অভিযানত মকেছ ৰয় নামৰ লোকজনৰ ঘৰৰপৰা এটা 9 MM পিষ্টল সহ মেগজিনপৰ লগতে পাঁচটা মোবাইল ফোন উদ্ধাৰ কৰে।
কোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক - বিটিচি নিৰ্বাচন
বুধবাৰে মাজনিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ পাতগাওঁ বজাৰত অসম আৰক্ষীয়ে চলোৱা অভিযানত মকেছ ৰয় নামৰ লোকজনৰ ঘৰৰপৰা এটা 9 MM পিষ্টল সহ মেগজিনৰ লগতে পাঁচটা মোবাইল ফোন উদ্ধাৰ কৰে।
কোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক
কোকৰাঝাৰ আৰক্ষীয়ে জনোৱা মতে এক বিশেষ খবৰৰ ভিত্তিত মকেছ ৰয়ৰ ঘৰত অভিযান চলোৱা হৈছিল য'ত ঘৰৰ পানী টেংকীত লুকাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় পিষ্টলটো ৷ বৰ্তমান কোকৰাঝাৰ আৰক্ষীয়ে মকেছ ৰয়ক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
লগতে চাওকঃ
কচুগাঁৱত অনুষ্ঠিত যুৱ সমাৰোহত তিনি সহস্ৰাধিকৰ যোগদান বিপিএফত
Last Updated : Mar 19, 2020, 11:18 AM IST