১২ ঘণ্টীয়া অসম বন্ধ
ওদালগুৰি, ১৩ ফেব্ৰুৱাৰী: জনজাতিকৰণৰ বিৰুদ্ধে জনজাতি সংগঠনৰ বিক্ষোভ ।ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতি কৰণৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি । জনজাতিকৰণৰ বিৰুদ্ধে বুধবাৰে সংগঠনটোৱে পুনৰ বাৰ আহ্বান কৰা ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হ'ল ওদালগুৰি জিলাত ।