অসম

assam

ETV Bharat / state

কৰুণ ! সন্তানৰ অত্যাচাৰত আৰক্ষীৰ কাষ চাপিল পিতৃ-মাতৃ

পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিল কৰিমগঞ্জৰ বৃদ্ধ দম্পতী ৷ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু

কৰিমগঞ্জত পিতৃ-মাতৃক অত্যাচাৰ পুত্ৰৰ

By

Published : Mar 21, 2019, 12:37 PM IST

Updated : Feb 29, 2020, 3:08 PM IST

কৰিমগঞ্জ,২১মাৰ্চ: মানৱতাক লাঞ্চিত কৰি নিজ পিতৃ-মাতৃ প্ৰত্যেক দিনাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে পাষাণ পুত্ৰই । কৰিমগঞ্জৰ ইচাবিল চাহ বাগিচাৰ ৰামগৰিব চাষা আৰু তেওঁৰ পত্নীক পুত্ৰ গুৰুপ্ৰসাদ চাষাই প্ৰত্যেক দিনে কৰি অহা অত্যাচাৰত উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপেবৃদ্ধদম্পতী । ইতিমধ্যে আৰক্ষীয়ে বৃদ্ধদুগৰাকীৰ ভাষ্য অনুসৰি এক গোচৰ ৰুজু কৰিছে পুত্ৰ গুৰুপ্ৰসাদৰ বিৰুদ্ধে ।

কৰিমগঞ্জত পিতৃ-মাতৃক অত্যাচাৰ পুত্ৰৰ
Last Updated : Feb 29, 2020, 3:08 PM IST

ABOUT THE AUTHOR

...view details