অসম

assam

ETV Bharat / state

কৰিমগঞ্জত প্ৰধান মন্ত্ৰী আবাস যোজনাত স্বজন-তোষণৰ অভিযোগ

কৰিমগঞ্জত প্ৰধান মন্ত্ৰী আৱাস আঁচনিত চাকৰি থকা লোকৰ নাম আন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগকলৈয়ে বৃহস্পতিবাৰে কৰিমগঞ্জত সাব্যস্ত হৈছে প্ৰতিবাদী কাৰ্যসৃচী ৷

By

Published : Sep 24, 2020, 11:24 AM IST

কৰিমগঞ্জত প্ৰতিবাদ
কৰিমগঞ্জত প্ৰতিবাদ

কৰিমগঞ্জ,24 ছেপ্টেম্বৰ :প্ৰধান মন্ত্ৰী আৱাস আঁচনিত দুৰ্নীতিকলৈ প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ঘোৰামাৰা গাঁও পঞ্চায়তৰ ৰাইজে ৷ কৰিমগঞ্জ জিলাৰ প্ৰায়সংখ্যক গাঁৱতে পঞ্চায়তৰ নিয়মক বুঢ়া আঙুলি দেখুওৱাই দুৰ্নীতি কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

স্বজন-তোষণৰ বিৰুদ্ধে প্ৰতিবাদ

নেতা বিশ্বজিৎ দাসৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদলত ভাগ ল’লে গাঁৱখনৰ প্ৰায়সংখ্যক পুৰুষ মহিলাই । এই প্ৰতিবাদত গাঁও পঞ্চায়ত প্ৰধান মন্ত্ৰী আৱাস আঁচনিত চাকৰি থকা লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক :কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰক লৈ ডিফুত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details