অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ৰহস্যজনক মৃত্যু আচামীৰ - লকআপ

লকআপৰ শৌচালয়ত নিজৰ গেঞ্জীৰে চিপ লৈ আত্মহত্যা আচামীৰ ৷ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা ৷

কৰিমগঞ্জত ৰহস্যজনক মৃত্যু আচামীৰ

By

Published : Aug 13, 2019, 11:23 PM IST

কৰিমগঞ্জত ৰহস্যজনক মৃত্যু আচামীৰ
  • কৰিমগঞ্জ সদৰ থানাৰ লকআপৰ ভিতৰত আত্মহত্যা আচামীৰ
  • চিপ লৈ আত্মহত্যা বাপ্পা দাস নামৰ আচামীজনৰ
  • ই-ৰিক্সাৰ বেটাৰি চুৰিৰ অভিযোগত মঙলবাৰে আৰক্ষীয়ে আটক কৰিছিল বাপ্পা দাসক
  • শাৰীৰিক পৰীক্ষাৰ পাছত লকআপত ৰখাৰ সময়তে শৌচালয়ত নিজৰ গেঞ্জীৰে চিপ লৈ আত্মহত্যা কৰে আচামীজনে
  • বাপ্পা দাসক আৰক্ষীয়ে মাৰধৰ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ
  • ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ স্থানীয় বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ
  • অচি উৎপল বৰাক জৱাবদিহি বিধায়ক কমলাক্ষ দে পুৰুকায়স্থৰ
  • ঘটনাৰ পাছত চিৰস্তাদাৰ বিৰূমণি সিংহ আৰু পুষ্পা দাসক সাময়িকভাৱে নিলম্বন
  • ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

ABOUT THE AUTHOR

...view details