কৰিমগঞ্জ, 12 মে': সামাজিক দূৰত্ব যেন এক উপহাস একাংশ নিয়ম শ্ৰষ্টাৰ বাবেই । পাথাৰকান্দি সমষ্টিৰ কলকলিঘাটত লক্ ডাউনৰ মাজতে সামজিক দূৰত্বক ভৰিৰে মোহাৰি, বিজেপি কৰ্মীয়ে উদ্বোধন কৰিলে দলীয় কাৰ্যালয় ।
লক্ ডাউন নামানে একাংশ বিজেপি কৰ্মকৰ্তাই ! - বিজেপিৰ দলীয় কাৰ্যালয়
কলকলিঘাটত লক্ ডাউনৰ মাজতে সামাজিক দূৰত্ব নামানি দলীয় কাৰ্যালয় উদ্ধোধন কৰিলে একাংশ বিজেপি কৰ্মকৰ্তাই ।
lockdown broke by bjp workers in karimganj
উল্লেখ্য যে, প্ৰতিদিনে ক্ৰমবৰ্ধমান কৰ'ণাৰ সম্প্ৰসাৰণৰ সময়ত নিজকে ঘৰত আবদ্ধ ৰখাৰ লগতে, বিশেষ প্ৰয়োজনত বাহিৰলৈ ওলালেও সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছিল চৰকাৰৰ তৰফৰ পৰাই । তেনে স্থলত তদানীন্তন চৰকাৰ খনৰে একাংশ কৰ্মকৰ্তাক আকৌ চৰকাৰী নীতি-নিয়ম উলংঘা কৰা দেখিবলৈ পোৱা গ'ল ।