অসম

assam

By

Published : Nov 13, 2020, 10:04 AM IST

Updated : Nov 13, 2020, 12:39 PM IST

ETV Bharat / state

কৰিমগঞ্জত কোটি টকীয়া ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন

কৰিমগঞ্জত ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন ৷ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক গৰাকীয়ে স্থাপন কৰে আধাৰশিলাৰ ৷

Laying of foundation stone in Karimganj
কৰিমগঞ্জত কোটি টকীয়া ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন

কৰিমগঞ্জ, 13 নৱেম্বৰ : দক্ষিণ কৰিমগঞ্জৰ কনকপুৰত বৃহস্পতিবাৰে 1 কোটি 46 লাখটকাৰ ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে স্থাপন কৰে আধাৰশিলাটো ৷

কৰিমগঞ্জত কোটি টকীয়া ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন

আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে ৰাইজৰ বহুদিনীয়া সপোন পূৰণ হয় বুলি উল্লেখ কৰে ৷ লগতে,আগন্তক কিছুদিনৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বী হোৱা এজন লোক...

Last Updated : Nov 13, 2020, 12:39 PM IST

ABOUT THE AUTHOR

...view details