অসম

assam

ETV Bharat / state

কৰিমগঞ্জত অন্ধবিশ্বাসৰ কৱলত ৰাইজ

বিশ্বায়নৰ এই যুগতো অন্ধবিশ্বাস আৰু কু-সংস্কাৰে গ্ৰাস কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তক ৷ এনে এক অন্ধবিশ্বাসৰ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাত

By

Published : Sep 3, 2019, 6:45 PM IST

কৰিমগঞ্জত অন্ধবিশ্বাসৰ কৱলত ৰাইজ

কৰিমগঞ্জ, 3 ছেপ্তেম্বৰঃ বিশ্বায়নৰ এই যুগতো অন্ধবিশ্বাস আৰু কু-সংস্কাৰে গ্ৰাস কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তক ৷ এনে এক অন্ধবিশ্বাসৰ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাত ৷ বিগত দহ আগষ্ট তাৰিখে এগৰাকী মহিলাই পথাৰৰ কাম সামৰি ঘৰলৈ গৈ থকা সময়তে পথত পৰি থকা অৱস্থাত লাভ কৰে এটা শিল ৷ ইয়াৰ তিনি চাৰিদিন পিছত একে গাঁৱৰে সঞ্জিতা সিনহা নামৰ আন এগৰাকী মহিলাই সপোন দেখাৰ কথা কৈ শিলৰ টুকুৰাটো গাঁওৰ মন্দিৰত স্থাপন কৰি পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে ৷ ইয়াকে লৈ প্ৰতি দিনেই মন্দিৰত ভিৰ কৰিছে শ শ লোকে৷

কৰিমগঞ্জত অন্ধবিশ্বাসৰ কৱলত ৰাইজ

ABOUT THE AUTHOR

...view details