অসম

assam

ETV Bharat / state

বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰ অনুষ্ঠিত

অল ইণ্ডিয়া ৰেলৱে ফেডাৰচনৰ প্ৰয়াত প্ৰাক্তন সভাপতি প্ৰিয়া গুপ্তাৰ চল্লিশতম মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ বদৰপুৰ আৰু কৰিমগঞ্জ শাখাত বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰৰ অনুষ্ঠিত

By

Published : Aug 12, 2019, 4:59 PM IST

বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰ অনুষ্ঠিত

কৰিমগঞ্জ,12 আগষ্টঃ সোমবাৰে সমগ্ৰ দেশৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ বদৰপুৰ আৰু কৰিমগঞ্জ শাখাত বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰৰ অনুষ্ঠিত হয় ৷ উল্লেখ্য যে,অল ইণ্ডিয়া ৰেলৱে ফেডাৰেচনৰ প্ৰয়াত প্ৰাক্তন সভাপতি প্ৰিয়া গুপ্তাৰ চল্লিশ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে সংগঠনটোৱে সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী পালন কৰে ৷

বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰ অনুষ্ঠিত

For All Latest Updates

ABOUT THE AUTHOR

...view details