কৰিমগঞ্জ, 22 ডিচেম্বৰ:মঙলবাৰে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই ৷ প্ৰৱেশদ্বাৰ উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজন গোঁহাই, প্ৰশান্ত ফুকনসহ বহুকেইগৰাকী বিধায়ক আৰু দলীয় কৰ্মকৰ্তা ৷
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই উদ্বোধন কৰিলে বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ
কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই ৷ ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ মিচন ১০০ প্লাছৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জত দলটোৱে আয়োজন কৰে বিশাল কাৰ্যনিৰ্বাহক সভাখনৰ ৷
বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ
২০২১ ৰ নিৰ্বাচনত বিজেপিৰ মিচন ১০০ প্লাছৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জত দলটোৱে আয়োজন কৰে বিশাল কাৰ্যনিৰ্বাহক সভাখনৰ ৷ য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীকে আদি কৰি প্ৰতিখন জিলাৰ কৰ্মকৰ্তাসকলেও অংশগ্ৰহণ কৰিব ৷ দলীয় কৰ্মকৰ্তাই জানিবলৈ দিয়া অনুসৰি, এই সভাখনৰ পৰাই অহা সমাগত নিৰ্বাচনৰ নীতি-নিৰ্দেশনা প্ৰদান কৰা হ'ব ৷
লগতে পঢ়ক:দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত
TAGGED:
বিজেপিৰ কাৰ্যনিৰ্বাহক সভা