কৰিমগঞ্জ, 20 জুলাই : ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত নিলম্বিত সমবায় বিভাগৰ সচিব তথা কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত প্ৰদীপ কুমাৰ তালুকদাৰ ৷ কৰিমগঞ্জত সংঘটিত হোৱা ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে চক্ৰবিষয়া হেমেন গোহাঁইক ৷
ভূমি কেলেংকাৰীত জড়িত কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত - নবাৰুন ভট্টাচাৰ্য
জালত পৰিব পাৰে আৰু বহু কেইগৰাকী উচ্চ-পদস্থ বিষয়া
ভূমি কেলেংকাৰীত জড়িত কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত
শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰদীপ কুমাৰ তালুকদাৰ আৰু কৰিমগঞ্জৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত নবাৰুন ভট্টাচাৰ্য ৷ ঘটনাত আন বহুতো উচ্চ পদস্থ বিষয়া জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ৷