অসম

assam

ETV Bharat / state

জাতীয় পতাকাক অপমানঃ এয়া সামান্য ভুল নে ?

কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অঘটন ৷ জাতীয় পতাকাক চূড়ান্ত অৱমাননা ৷ জাতীয় পতাকাক চৰম অৱমাননা কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত । জাতীয় পতাকা দি কিছু সামগ্ৰী গাঠি মাৰি বান্ধি ৰখা হ’ল পৰিত্যক্ত অৱস্থাত ।

By

Published : Oct 1, 2019, 1:08 PM IST

Updated : Oct 1, 2019, 4:49 PM IST

জাতীয় পতাকাক অপমানঃ এয়া সামান্য ভুল নে ?

কৰিমগঞ্জ, 1 অক্টোবৰঃ দেশৰ জাতীয় পতাকাক চৰম অৱমাননা খোদ চৰকাৰী কাৰ্যালয়ত ৷ কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷ জাতীয় পতাকা দি কিছু সামগ্ৰী গাঁঠি মাৰি বান্ধি ৰখা ঘটনাই ক্ষোভৰ সৃষ্টি কৰিছে প্ৰত্যক্ষদৰ্শী মাজত ৷

জাতীয় পতাকাক অপমানঃ এয়া সামান্য ভুল নে ?

কাৰ্যালয়ৰ 'ফেচিলেচন চেন্টাৰ' কক্ষত দেখা গ'ল এই দৃশ্য ৷ অৱশ্য জিলা উপায়ুক্ত আন্বামুথান এম.পি. ৰ মতে, এয়া সামান্য ভুলহে ৷

ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে কৰিমগঞ্জবাসী সচেতন ৰাইজ ৷

Last Updated : Oct 1, 2019, 4:49 PM IST

ABOUT THE AUTHOR

...view details