অসম

assam

ETV Bharat / state

ক‘ৰণাৰ সজাগতাৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসনৰ অভিনৱ প্ৰয়াস - কৰিমগঞ্জ জিলা প্ৰশাসনৰ

ৰাজপথত চিত্ৰ অংকণ কৰি সজাগতাৰ সৃষ্টি কৰিলে কৰিমগঞ্জ জিলা প্ৰশাসনে ৷

covid-19-awareness-by-district-administration-karimgnja
ক‘ৰণাৰ সজাগতাৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসনৰ অভিনৱ প্ৰয়াস

By

Published : Apr 16, 2020, 12:38 PM IST

কৰিমগঞ্জ 16 এপ্ৰিল : ক'ৰণা সচেতনতাক লৈ কৰিমগঞ্জ জিলা প্ৰশাসনৰ অভিনৱ প্ৰয়াস। যোবা ১৪ এপ্ৰিলৰ পৰা আকৌ ৩মে লৈকে ১৯দিনৰ বাবে লক ডাউন বৃদ্ধি কৰা হৈছে। এনে সময়চোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন সচেতনতা মূলক ব্যবস্থা গ্ৰহণ কৰি আহিছে। অসম-বংলাদেশ সীমান্তৰ জিলা কৰিমগঞ্জতো দেখিবলৈ পোৱা গ'ল ক'ৰণা সচেতনতাক লৈ এক অভিনৱ প্ৰয়াস।

ক‘ৰণাৰ সজাগতাৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসনৰ অভিনৱ প্ৰয়াস

জিলা প্ৰশাসনৰ নিৰ্দেশত চহৰৰ এটা স্বেচ্ছাসেৱী সংগঠন নিশাৰ ভাগত চহৰৰ খনৰ প্ৰধান ৰাজপথত ৰাইজক আৰু অধিক সচেতন হোৱাৰ বাবে ক'ৰণাৰ চিত্ৰ অংকণ কৰি এই বাৰ্তা দিবলৈ চেষ্টা কৰে যে,ঘৰতে থাকক,সুস্থ থাকক।
লগতে পঢক :কৰ'ণা চিকিৎসাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন

ABOUT THE AUTHOR

...view details