কৰিমগঞ্জ,20 ডিচেম্বৰ : বিজেপিলৈ যোৱা বুলি খবৰ ওলোৱা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এইবাৰ বিজেপিৰ চৰকাৰৰ সমালোচনাত সৰৱ হৈছে । কৰিমগঞ্জ চহৰত অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ কাৰণে চহৰত ই-ৰিক্সা চলাচল বন্ধ কৰাৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছে কমলাক্ষ দে’ পুৰকায়স্থক ।
বিজেপি চৰকাৰ বিৰুদ্ধে সৰৱ কমলাক্ষ দে’ পুৰকায়স্থ
কৰিমগঞ্জ চহৰত অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ কাৰণে চহৰত ই-ৰিক্সা চলাচল বন্ধ কৰাৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছে কমলাক্ষ দে’ পুৰকায়স্থ ।
বিজেপি চৰকাৰ বিৰুদ্ধে সৰৱ কমলাক্ষ দে পুৰকায়স্থ
কমলাক্ষই বিজেপি চৰকাৰক ধনীৰ চৰকাৰ বুলি অভিহিত কৰে । বিধায়ক গৰাকীয়ে কয় যে, বিজেপিয়ে কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা পাতিছে ঠিকেই । কিন্তু ইয়াত কৰিমগঞ্জৰ ৰাইজৰ কি লাভ হ’ব ৷ আনহাতে ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰাকত কেৱল প্ৰতিশ্ৰুতি দিয়াৰো অভিযোগ কৰে কমলাক্ষ দে’ পুৰকায়স্থই ।
লগতে পঢ়কঃ অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট