অসম

assam

ETV Bharat / state

ত্ৰিপুৰাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ - ত্ৰিপুৰা

পিয়াৰীচৰা বাগিচাখনৰ 21 নম্বৰ চেকচন বাগিচাত পাত সংগ্ৰহ কৰিবলৈ যোৱা শ্ৰমিকে প্ৰত্যক্ষ কৰে এটি নৱজাতকৰ মৃতদেহ

ত্ৰিপুৰাত উদ্ধাৰ নবজাতকৰ মৃতদেহc

By

Published : May 7, 2019, 7:31 PM IST

Updated : May 7, 2019, 8:54 PM IST

কৰিমগঞ্জ, 7 মেঃ অসম ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ পিয়াৰীচৰা চাহবাগিচাত এটা নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে পিয়াৰীচৰা বাগিচাখনৰ 21নম্বৰ চেকচনত বাগিচাত পাত সংগ্ৰহ কৰিবলৈ যোৱা শ্ৰমিকে প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহটো। ইয়াৰোপৰি নৱজাতকটোৰ মৃতদেহটো তিনি চাৰিদিন পূৰ্বৰ বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ত্ৰিপুৰাৰ কদমতলা আৰক্ষী। বৰ্তমানো অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷

ত্ৰিপুৰাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
Last Updated : May 7, 2019, 8:54 PM IST

ABOUT THE AUTHOR

...view details