অসম

assam

ETV Bharat / state

কৰ'ণাৰ বাবে ছিল অসম ত্ৰিপুৰা সীমান্ত

208 নং ৰাষ্ট্ৰীয় ঘাইপথ অচিনাকি লোকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। ছিল কৰি দিয়া হৈছে অসম ত্ৰিপুৰা 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথো ৷

assam-tripura-border-sealed
কৰ'ণাৰ বাবে ছিল অসম ত্ৰিপুৰা সীমান্ত

By

Published : Mar 24, 2020, 8:34 PM IST

কৰিমগঞ্জ,24 মাৰ্চঃ অচিনাকি লোকৰ বাবে সম্পূৰ্ণৰূপে বাঁহেৰ বেৰিকেডেৰে বন্ধ কৰি দিয়া হৈছে অসম ত্ৰিপুৰাৰৰ বিকল্প 208 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ।ছিল কৰি দিয়া হৈছে অসম ত্ৰিপুৰা 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথো । জনশূন্য হৈ পৰিছে ৰাজপথসমূহ। 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ লগতে উপস্থিত আছে চিকিৎসকৰ দল। স্ক্ৰিনিং কৰি প্ৰৱেশ আৰু বহিঃৰাজ্য লৈ যাব দিয়া হৈছে যদিও ত্ৰিপুৰাত দুই বজাৰ পৰা লক ডাউন ঘোষণা কৰা হৈছে। অসমতো সন্ধিয়া 6 বজাৰ পৰা লক ডাউন ঘোষণা কৰা হৈছে ।যদিও বৰ্তমান সময়লৈকে সচেতনতাৰ বহু অভাৱ পৰিলক্ষিত হৈছে ।

অসম ত্ৰিপুৰা সীমান্ত
কৰ'ণাৰ বাবে ছিল অসম ত্ৰিপুৰা সীমান্ত
কৰ'ণাৰ বাবে ছিল অসম ত্ৰিপুৰা সীমান্ত
কৰ'ণাৰ বাবে ছিল অসম ত্ৰিপুৰা সীমান্ত

ABOUT THE AUTHOR

...view details