অসম

assam

ETV Bharat / state

বিজেপিত যোগদান শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কৰ্মীৰ

বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ শতাধিক লোকে বৃহস্পতিবাৰে কংগ্ৰেছ আৰু এআইউডিএফ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত ।

বিজেপিত যোগদান শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কৰ্মীৰ

By

Published : Apr 12, 2019, 10:33 AM IST

কৰিমগঞ্জ,12 এপ্ৰিল : কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ খহনীয়া অব্যাহত । বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ শতাধিক লোকে বৃহস্পতিবাৰে কংগ্ৰেছ আৰু এআইউডিএফ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত ।

বিজেপিত যোগদান শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কৰ্মীৰ

ৰাতাবাৰীৰ দুল্লভচৰা এলেকাৰ চামটিলাত এখন সভাত প্ৰাৰ্থী কৃপানাথ মাল্লা,মহিলা নেত্ৰী মুন স্বৰ্ণকাৰৰ উপস্থিতিত গেৰুৱা দলটোত যোগ দিয়ে কংগ্ৰেছ তথা এ আই ইউ ডি এফৰ কৰ্মীসকলে ।

ABOUT THE AUTHOR

...view details