- পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত অব্যাহত আছে উত্তেজনা
- বৃহস্পতিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত জেৰিকীণ্ডিবঙত সাব্যস্ত কৰে এক উত্তাল প্ৰতিবাদ
- সীমান্তত দুই ৰাজ্যই পৃথকে পৃথকে BOP স্থাপনৰ পৰিকল্পনা কৰাক লৈ অঞ্চলটোত বিৰাজ কৰিছিল চেপা উত্তেজনা
- প্ৰতিবাদৰ সম্মুখীন হোৱাত এতিয়ালৈকে সীমান্তত BOP স্থাপন কৰিবলৈ সক্ষম হোৱা নাই
- সীমা সমস্যাত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত দুই সহস্ৰাধিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে
- আৰক্ষীৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
কাৰ্বি আংলং সীমান্তত BOP স্থাপনক লৈ প্ৰতিবাদ - প্ৰতিবাদ
পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত অব্যাহত আছে উত্তেজনা। সীমা সমস্যাত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত দুই সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জেৰিকীণ্ডিবঙত সাব্যস্ত কৰা হয় এক উত্তাল প্ৰতিবাদ । লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ।
কাৰ্বি আংলং সীমান্তত অসম-মেঘালয়ে পৃথকে পৃথকে BOP স্থাপনক লৈ প্ৰতিবাদ