বোকাজানৰ ডিলাইত মৰণাস্ত্ৰসহ আটক ৪ চোৰাং চিকাৰী - bokajaan poacher
মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰা উক্ত দলটোৱে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা কাৰ্বি পাহাৰৰ ঘন অৰণ্যত বন্যপ্ৰাণীৰ চিকাৰ কৰিবলৈ আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
বোকাজানৰ ডিলাইত মৰণাস্ত্ৰসহ আটক ৪ চোৰাং চিকাৰী
ডিফু, 29 জুনঃ
- বোকাজানৰ ডিলাইত মাৰণাস্ত্ৰসহ আটক ৪ চোৰাং চিকাৰী
- কাৰ্বিং আংলং জিলাৰ ডিলাই আৰক্ষীৰ জালত পৰিল চোৰাং চিকাৰীৰ দলটো
- ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰণজিৎ হাজৰিকাৰ নেতৃত্বত অভিযান চলাইছিল আৰক্ষীয়ে
- অভিযানত আটক ক্ৰমে হোমেন আও (৪০), বিনোদ বসুমতাৰী (২৭), আখাট' চাকচন (২৭) আৰু হছেট' জিম' (৪৬)
- অভিযানত আৰক্ষীয়ে জব্দ কৰে এন এল-০২-চিএ-০৯০৬ নম্বৰৰ নীলা ৰঙৰ এখন মাৰুতি গাড়ী
- এটা পইন্ট ২২ ৰাইফল, এটা মেগজিন, ৮০ জাঁই সজীৱ গুলী, ১২ বৰ ৰাইফলৰ ২০ জাঁই সজীৱ গুলী, তিনিটা ম'বাইল হেণ্ডছেট
- লগতে জব্দ তিনিটা টৰ্চলাইটৰ লগতে দীপাৱলীত ফুটুওৱা ভালেকেইটা ব'ম
- অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে