অসম

assam

By

Published : May 24, 2022, 8:44 AM IST

ETV Bharat / state

75 Years of Independence : ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত যোগ মহোৎসৱ

দেশে সম্পূৰ্ণ কৰিছে স্বাধীনতা লাভৰ 75 বছৰ(75 Years of Independence) ৷ যাৰ বাবে উদযাপন কৰা হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ ৷ ইয়াৰ লগত সংগতি ৰাখি সোমবাৰে ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় যোগ মহোৎসৱ(Yoga program related to amrit mahotsav held in rangia mahavidyalaya) ৷

yoga-program-related-to-amrit-mahotsav-held-in-rangia-mahavidyalaya
ৰঙিয়া মহাবিদ্যালয়ত যোগ মহোৎসৱ

ৰঙিয়া, 24 মে’:স্বাধীনতাৰ অমৃত মহোৎসৱ(75 Years of Independence) ৰ লগত সংগতি ৰাখি সোমবাৰে ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় যোগ মহোৎসৱ ৷ ৰঙিয়াৰ মৰাণজানাস্থিত এছ এছ বিৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত যোগ মহোৎসৱৰ কাৰ্যসূচীত জোৱানসকলৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ(Yoga program related to amrit mahotsav held in rangia mahavidyalaya) কৰে ৷ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই অনুষ্ঠান ৷

ৰঙিয়া মহাবিদ্যালয়ত যোগ মহোৎসৱ

আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱৰ লগত সংগতি ৰাখি যোগাভ্যাসৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইফালে যোগ দিৱসৰ কাৰ্যসূচীত এছ এছ বিৰ ডি আই জি জগদ্বীপ পাল সিঙৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ব্ৰজেন্দ্ৰ শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷

লগতে চাওক:75 Years of Independence : প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে জোনাইত বৃহৎ স্বাস্থ্য মেলা

ABOUT THE AUTHOR

...view details