অসম

assam

ETV Bharat / state

মহানগৰীত কয়লাসহ দুখন ট্ৰাক জব্দ

ৰাজ্যত অব্যাহত কয়লাৰ কলা বেহা!

By

Published : Mar 28, 2019, 3:13 PM IST

মহানগৰীত কয়লা সহ দুখন ট্ৰাক জব্দ

গুৱাহাটী, ২৮ মাৰ্চঃৰাজ্যত অব্যাহত কয়লাৰ ক'লা বেহা । তথ্য অনুসৰিমহানগৰ আৰক্ষী আৰু যোৰাবাট আৰক্ষীয়ে যুটীয়া অভিযানত AS-01CC-4534 আৰু BR-10G-3780 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয়।নথি পত্ৰ অবিহনে কয়লা কঢ়িওৱাj বাবে ট্ৰাক দুখন জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে ট্ৰাক চালক কেইজনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম আৰক্ষী ।

মহানগৰীত কয়লা সহ দুখন ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details