- নৰেন্দ্ৰ মোডীয়ে গামোচা পিন্ধি যোগাসন কৰি অসমীয়া মানুহক আভুৱা ভাৰিছে
- এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
- গামোচাখন পিন্ধিলেও তেওঁৰ অন্তৰত অসমৰ উন্নতিৰ বাবে কিমান আন্তৰিকতা আছে ইয়াক লৈ সন্দেহ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ
- বাট পথ উন্নয়নৰ নামত ৰাষ্ট্রীয় ঘাই পথ সমূহত মাছ মাৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হোৱাটোৱে সূচায় চৰকাৰৰ কাম কৰাৰ ধৰণ
- টেট শিক্ষক সকলক যোগ্যতাৰ ভিত্তিতে চাকৰি দিয়া হৈছিল তৰুণ গগৈ চৰকাৰৰ দিনত
- সেই শিক্ষক সকলক সিদ্ধাৰ্থ ভট্টাচাৰ্যই অপমান সূচক মন্তব্য কৰাতো লাজৰ কথা
- শিক্ষক সকলক সন্মান কৰিব লাগে
- বি জে পি চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল ক'লেও বাস্তৱত সম্ভৱ নহয় সেয়া
- NRC প্রক্রিয়াক সম্পূৰ্ণ হোৱাত বাধা দিছে বি জে পি চৰকাৰে
- বিদেশী সমস্যা প্ৰধান কাৰক হিচাপেলৈ ৰাজনীতি কৰাৰ প্ৰয়াস কৰিছে
গামোচা পিন্ধিলেও অসমৰ প্ৰতি আন্তৰিকৰতা নাই প্ৰধানমন্ত্ৰীৰ !! - নৰেন্দ্ৰ মোডী
গামোচাখন পিন্ধিলেও তেওঁৰ অন্তৰত অসমৰ উন্নয়নৰ বাবে কিমান আন্তৰিকতা আছে ইয়াক লৈ সন্দেহ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ বাট পথ উন্নয়নৰ নামত ৰাষ্ট্রীয় ঘাই পথ সমূহত মাছ মাৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হোৱাটোৱে চৰকাৰৰ কাম কৰাৰ ধৰণক সূচায় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
TARUN GOGOI