অসম

assam

ETV Bharat / state

ৰঙিয়াৰ বিশেষভাৱে সক্ষম কৰুণাকান্তই দেখুৱাইছে স্বাৱলম্বিতাৰ পথ - কৰ্মসংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন

সহায়ৰ বাবে আনৰ ওচৰত হাত নাপাতি কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী কৰুণাকান্ত নাথ ৷ কৰ্মসংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি ৰঙিয়াৰ মধুকুছিৰ কৰুনাকান্ত নাথে নিজ গৃহতে ১৯৮৫ চনৰ পৰাই চিলাইৰ কাম কৰি পৰিয়াল পোহপাল দি আহিছে । শাৰীৰিক বাধাকো নেওচি কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে বছৰ বছৰ ধৰি নিজৰ কৰ্মত ব্যস্ত কৰুণাকান্ত নাথ ৷

Specially capable Karunakanta has shown the way to self-reliance
বিশেষভাৱে সক্ষম ৰঙিয়াৰ কৰুণাকান্তই দেখুৱাইছে স্বাৱলম্বিতাৰ বাট

By

Published : Oct 27, 2020, 1:57 PM IST

ৰঙিয়া,27অক্টোবৰঃ ৰঙিয়াৰ এগৰাকী বিশেষভাৱে সক্ষম লোক এতিয়া হৈ পৰিছে বহু লোকৰ আদৰ্শ ৷ সহায়ৰ বাবে আনৰ ওচৰত হাত নাপাতি কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী সেই ব্যক্তিগৰাকী হৈছে কৰুণাকান্ত নাথ ৷ কৰ্মসংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি ৰঙিয়াৰ মধুকুছিৰ কৰুনাকান্ত নাথে নিজ গৃহতে ১৯৮৫ চনৰ পৰাই দৰ্জীৰ কাম কৰি পৰিয়াল পোহপাল দি আহিছে ।

বিশেষভাৱে সক্ষম ৰঙিয়াৰ কৰুণাকান্তই দেখুৱাইছে স্বাৱলম্বিতাৰ বাট

শাৰীৰিক বাধাকো নেওচি কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে বছৰ বছৰ ধৰি নিজৰ কৰ্মত ব্যস্ত কৰুণাকান্ত নাথ ৷ আৰ্থিক অনাটনৰ মাজতো নিজ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছে কৰুণাকান্তই ৷

বিশেষভাৱে সক্ষম ৰঙিয়াৰ কৰুণাকান্তই দেখুৱাইছে স্বাৱলম্বিতাৰ বাট

আনহাতে অদম্য কৰ্মস্পৃহা থকা স্বামী স্বাৱলম্বী হোৱা বাবে গৌৰৱ অনুভৱ কৰে কৰুণাকান্তৰ পত্নীয়েও ৷ ৰঙিয়াৰ কৰুণাকান্তৰ আদৰ্শৰে স্বাৱলম্বী হোৱাৰ পথ বাছি ল'ব পাৰে কৰ্মসংস্থাপনহীন আন দহজনেও ৷

লগতে পঢ়কঃ গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ডঃ 27 বছৰীয়া এজন যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details