অসম

assam

ETV Bharat / state

শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ আজি শাস্তি ঘোষণা কৰিব আদালতে

স্বেতা হত্যাকাণ্ডৰ তিনি দোষীক আজি শাস্তি ঘোষণা কৰিব আদালতে ৷ ২০১৭ চনৰ ৪ ডিচেম্বৰত নৃসংসভাৱে প্ৰেমিক গোবিন্দই হত্যা কৰিছিল মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক ৷

By

Published : Aug 3, 2019, 8:10 AM IST

Updated : Aug 3, 2019, 11:02 AM IST

শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ আজি শাস্তি ঘোষণা কৰিব আদালতে

  • শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ তিনি দোষীক আজি শাস্তি ঘোষণা কৰিব আদালতে
  • জিলা সত্ৰ ন্যায়ধীশৰ আদালতে ঘোষণা কৰিব শাস্তি
  • হত্যাকাণ্ডত দোষী সাব্যস্ত হৈছিল শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘাল,গোবিন্দৰ মাতৃ আৰু ভগ্নী
  • ২০১৭ চনৰ ৪ ডিচেম্বৰত নৃসংশভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালাক
  • নিজ ঘৰতে গোবিন্দই হত্যা কৰিছিল শ্বেতাক
  • গোবিন্দৰ বাসগৃহৰ বাথৰুমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতা আগৰৱালাৰ মৃতদেহ
Last Updated : Aug 3, 2019, 11:02 AM IST

ABOUT THE AUTHOR

...view details