অসম

assam

By

Published : May 8, 2021, 4:49 PM IST

ETV Bharat / state

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত স্কুটী আৰোহী

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ আমিনাগাঁওস্থিত ASEBৰ সমীপত স্কুটী আৰু মেজিকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত স্কুটী আৰোহী ৷ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ আহত যুৱকজনক ৷

road-accident-in-amingaon
আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা:আহত স্কুটী আৰোহী

গুৱাহাটী,8মে' :শনিবাৰে আমিনগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ আমিনাগাঁৱস্থিত ASEBৰ সমীপত স্কুটী আৰু মেজিকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷ জানিব পৰা মতে, হাজো অভিমুখী AS 01 ES 0680 নম্বৰৰ তীব্ৰবেগী এখন স্কুটীয়ে খুন্দা মাৰে গুৱাহাটী অভিমুখী AS 25 CC 5906 নম্বৰৰ এখন মেজিক ভানত ৷

যাৰ ফলত গুৰুতৰভাৱে আহত হয় স্কুটী আৰোহী এজন যুৱক ৷ সংকটজনক অৱস্থাত আহত যুৱকজনক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আমিনগাঁও আৰক্ষীয়ে ৷

লগতে পঢ়ক:বাক্সাত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ABOUT THE AUTHOR

...view details