গুৱাহাটী,4 জুলাইঃ বৃহস্পতিবাৰে আবেলি উৰা মাৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো হজযাত্ৰীৰ দল। হজযাত্ৰীসকলোৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰবাবে নজৰ ৰাখিছে বিমানবন্দৰ কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে। নিৰাপত্তাৰ দিশতো যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় তাৰ প্ৰতি নজৰ ৰাখিছে আৰক্ষী-প্ৰশাসনে।
হজযাত্ৰীৰ শিবিৰ পৰিদৰ্শন গুৱাহাটী আৰক্ষী আয়ুক্তৰ - assam news
হজযাত্ৰীসকলৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰবাবে নজৰ ৰাখিছে বিমানবন্দৰ কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে। নিৰাপত্তাৰ দিশতো যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় তাৰপ্ৰতি নজৰ ৰাখিছে আৰক্ষী-প্ৰশাসনে
হজযাত্ৰীৰ শিৱিৰ
আনহাতে,হজযাত্ৰীৰ এই শিবিৰটো পৰিদৰ্শন কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে। হজযাত্ৰীৰ এই অস্থায়ী শিবিৰ পৰিদৰ্শন কৰি আৰক্ষী প্ৰশাসনৰ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰে।