অসম

assam

ETV Bharat / state

বকোত জাপানীজ এনকেফেলাইটিছৰ আতংক

চাৰু ৰাভা নামৰ 75 বছৰীয়া মহিলা এগৰাকী আক্ৰান্ত জাপানীজ এনকেফেলাইটিজ ৰোগত । বিগত ৬ আগষ্টৰ পৰা গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতালত চিকিৎসাধীন মহিলাগৰাকী

বকোত জাপানীজ এনকেফেলাইটিছৰ আতংক

By

Published : Aug 11, 2019, 5:43 PM IST


কামৰূপ, 11 আগষ্টঃ বকো কাইঠপাৰাত জাপানীজ এনকেফেলাইটিছৰ আতংক । চাৰু ৰাভা নামৰ 75 বছৰীয়া মহিলা এগৰাকী আক্ৰান্ত জাপানীজ এনকেফেলাইটিজ ৰোগত । বিগত ৬ আগষ্টৰ পৰা গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতালত চিকিৎসাধীন মহিলাগৰাকী । বৰ্তমানলৈ সংকটমুক্ত নহয় চাৰু ৰাভা ।

আনহাতে, গাঁৱখনত স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিজৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ যাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

বকোত জাপানীজ এনকেফেলাইটিছৰ আতংক

ABOUT THE AUTHOR

...view details