31 আগষ্টত প্ৰকাশ পাব NRCৰ চূড়ান্ত তালিকা
বহু অপেক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিন অৱশেষত পিছুৱালে উচ্চতম ন্যায়ালয়ে ৷ অৰ্থাৎ 31 জুলাইত প্ৰকাশ নাপাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা ৷ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ এক আবেদন মৰ্মে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমানৰ দুজনীয়া বিচাৰপীঠে এক শুনানিৰ জৰিয়তে NRCৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে 31 আগষ্টলৈ সময়সীমা নিদ্ধাৰণ কৰি দিছে ৷