অসম

assam

By

Published : Sep 20, 2020, 3:38 PM IST

ETV Bharat / state

মিৰ্জা ক'ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

মিৰ্জাৰ ক'ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি ৷ কৰ্মচাৰীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ কামৰ পৰা অব্যাহতি কৰ্তৃপক্ষৰ ৷

Mirza Covid care Center Workers Protest
মিৰ্জা ক'ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

দক্ষিণ কামৰূপ, 20 ছেপ্তেম্বৰ : ক'ভিড-19 চেন্টাৰত কৰ্মচাৰীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ কামৰ পৰা অব্যাহতি দিয়াক লৈ দক্ষিণ কামৰূপত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ মিৰ্জা সৰপাৰাৰ আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰে স্থাপন কৰা ক'ভিড-19 চেন্টাৰত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷

মিৰ্জা ক'ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

অভিযোগ অনুসৰি, 29 আগষ্টৰ পৰা আৰম্ভ হোৱা এই ক'ভিড কেয়াৰ চেন্টাৰটোত ৰোগীক খাদ্য যোগান ধৰাৰ পৰা ঠাই সমূহ চাফ-চিকুন কৰিবৰ বাবে নিয়োগ কৰা কৰ্মচাৰীৰ পৰা কৰ্তব্যৰত 30 জন চাফাই কৰ্মীক কৰ্তন কৰি দিয়া হৈছে । কোনো জাননি নোহোৱাকে হঠাৎ কৰ্মচাৰী সকলক এনেদৰে কৰ্তন কৰাক লৈ দেওবাৰে মিৰ্জাস্থিত কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে ।

মিৰ্জা ক'ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক :শ্বহীদ চুবেদাৰ গান্ধী ৰাম ৰাজবংশীৰ পৰিয়ালৰ ওচৰত ঠিয় দিলে স্থলসেনাই

ABOUT THE AUTHOR

...view details