অসম

assam

By

Published : Apr 18, 2019, 12:05 PM IST

ETV Bharat / state

কাগজ কলৰ স্বাৰ্থত ভোটদান জাগীৰোডবাসীৰ

কেন্দ্ৰত যি চৰকাৰে গঠন নহওক দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰিব লাগিব বুলি মন্তব্য কৰে ভোটাৰে ৷ অসমৰ কৰিমগঞ্জ, শিলচৰ,মঙলদৈ,নগাঁও, স্বায়ত্ব শাসিত জিলা আৰু মণিপুৰৰ মণিপুৰ ইনাৰত ইতিমধ্যে আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পূব ত্ৰিপুৰা সমষ্টিত হ'বলগীয়া নিৰ্বাচন সুৰক্ষাজনিত কাৰণত বাতিল কৰা হয় ।

নগাঁও কাগজ কলৰ স্বাৰ্থত ভোটদান জাগীৰোডবাসীৰ

মৰিগাঁও, ১৮ এপ্ৰিলঃ মৰিগাঁৱৰ জাগীৰোডউচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাৰৰ ব্যাপক ভিৰ । ভোট দিবলৈ ওলাই অহা ভোটাৰ ৰাইজৰ প্ৰতিক্ৰিয়া-কেন্দ্ৰত যি চৰকাৰে গঠন নহওক দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰিব লাগিব বুলি মন্তব্য কৰে ভোটাৰে ।

নগাঁও কাগজ কলৰ স্বাৰ্থত ভোটদান জাগীৰোডবাসীৰ

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ২ খন ৰাজ্যৰ ৬ খন লোকসভা আসনৰ বাবে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । অসমৰ কৰিমগঞ্জ, শিলচৰ,মঙলদৈ,নগাঁও, স্বায়ত্ব শাসিত জিলা আৰু মণিপুৰৰ মণিপুৰ ইনাৰত ইতিমধ্যে আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পূব ত্ৰিপুৰা সমষ্টিত হ'বলগীয়া নিৰ্বাচন সুৰক্ষাজনিত কাৰণত বাতিল কৰা হয় ।

ABOUT THE AUTHOR

...view details