অসম

assam

ETV Bharat / state

ৰঙিয়া ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুলাই

ৰঙিয়া ষ্টেচনত ৰে'ল আৰক্ষীৰ অভিযান । চুলাই মদৰ বিৰুদ্ধে অভিযান ৰে'ল আৰক্ষীৰ । আৰক্ষীক দেখি ৰে'লেৰে চুলাই সৰবৰাহ কৰি অহা মহিলাৰ মদ এৰি দিলে পলাই পত্ৰং ।

By

Published : Jul 21, 2019, 3:11 PM IST

ৰঙিয়া ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুলাই

ৰঙিয়া, 21 জুলাই : ৰঙিয়া ষ্টেচনত ৰে'ল আৰক্ষীৰ অভিযান । বাক্সাৰ পৰা কেইবাগৰাকী মহিলাই ৰে'লযোগে চুলাই মদ গুৱাহাটীলৈ সৰবৰাহ কৰাৰ মুহূৰ্ততে ৰে'ল আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ এই চুলাই ৷ ইপিনে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ এই চুলাই জব্দ কৰি পাচত নষ্ট কৰি পেলায় চুলাইখিনি ।

ৰঙিয়া ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুলাই

ABOUT THE AUTHOR

...view details