অসম

assam

By

Published : Oct 9, 2020, 7:44 AM IST

ETV Bharat / state

বান ৰোধৰ বিশেষ প্ৰকল্প প্ৰস্তুতিৰে চৰকাৰৰ দুৱাৰ দলিত এজন লোক

ভূটানৰ পৰা অহা পানী কেনেদৰে বোৱাই নি বংগোপ সাগৰত পেলাব পাৰি তাৰ ওপৰত এক বিশেষ প্ৰকল্প প্ৰস্তুত কৰি উলিয়াইছে গুৱাহাটীৰ এজন বিশেষ ব্যক্তিয়ে ৷

Flood control project by Ramen kumar Deka at Guwahati
বান ৰোধৰ বিশেষ প্ৰকল্প প্ৰস্তুতিৰে চৰকাৰৰ দুৱাৰ দলিত এজন লোক

গুৱাহাটী, 9 অক্টোবৰ: অসমৰ ভয়াবহ বান আৰু গৰাখহনীয়া ৰোধৰ বাবে এক প্ৰকল্প তৈয়াৰ কৰি উলিয়াইছে মহানগৰীৰ এজন ব্যক্তিয়ে ৷ নাৰেংগীৰ ৰমেন কুমাৰ ডেকা নামৰ ব্যক্তিজনে প্ৰস্তুত কৰি উলিয়াইছে ভূটানৰ পৰা অহা পানী কেনেদৰে বোৱাই নি বংগোপ সাগৰত পেলাব পাৰি তাৰ ওপৰত এক বিশেষ প্ৰকল্প ৷

বান ৰোধৰ বিশেষ প্ৰকল্প প্ৰস্তুতিৰে চৰকাৰৰ দুৱাৰ দলিত এজন লোক

বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই প্ৰকল্পৰ কথা অৱগত কৰে ৰমেন কুমাৰ ডেকাই ৷ তেঁও প্ৰকাশ কৰে যে, চৰকাৰে এই প্ৰকল্প গ্ৰহন কৰিলে ৰোধ কৰিব পাৰিব অসমৰ ভয়াৱহ বান তথা গৰাখহনীয়া ৷

লগতে পঢ়কঃ চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details