অসম

assam

ETV Bharat / state

ফেনীৰ প্ৰভাৱ অসমত!অসমত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা ! - অসম

শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘূৰ্ণি বতাহ ফেনীৰ প্ৰভাৱ পৰিব অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত

ফেনীৰ প্ৰভাৱ অসমত ! অসমত চলিব নেৰানেপেৰা বৰষুণ !

By

Published : May 2, 2019, 9:24 PM IST

আজাৰা,২ মেঃ শুকুৰবাৰৰ পৰা শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘূৰ্ণি বতাহ ফেনীৰ প্ৰভাৱ পৰিব অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত। ১ মে'ৰ পৰা ২ মে' লৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ঠাইত বৰষুণ অহাৰ সম্ভাৱনা আছে যদিও আগন্তুক ৪ তাৰিখৰ পৰা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

ফেনীৰ প্ৰভাৱ অসমত ! অসমত চলিব নেৰানেপেৰা বৰষুণ !

যদিওবা ফেনীক বৰ্তমানলৈ পশ্চিমবংগলৈকে সীমাবদ্ধ হিচাপে ধৰা হৈছে কিন্তু অসমকো চুই যাব পাৰে এই ফেনীয়ে। আনহাতে পুৰীত ২মে' তাৰিখে ঘন্টাত ১৭০ কিমি বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা আছে।

ABOUT THE AUTHOR

...view details