অসম

assam

ৰাণীত মুক্ত বিচৰণ হাতী পোৱালিৰ

By

Published : Jul 9, 2019, 12:12 PM IST

গুৱাহাটী মহানগৰীৰ ৰাণীত মুক্ত ভাৱে বিচৰণ কৰে এটি হাতী পোৱালিয়ে। হাতী পোৱালিটো খেদি পঠিয়াবলৈ ৰাণীত উপস্থিত হয় বন বিভাগৰ দল

ৰাণীত মুক্ত বিচৰণ হাতী পোৱালিৰ

কামৰূপ,9জুলাই : মঙলবাৰে গুৱাহাটী মহানগৰীৰ ৰাণীত মুক্ত বিচৰণ এটা হাতী পোৱালিৰ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে হাতী পোৱালিটো। স্থানীয় লোকে হাতীটো প্ৰত্যক্ষ কৰাৰ লগে-লগে বন বিভাগক খবৰ দিয়ে। পিচত বনবিভাগৰ এটা দল ৰাণীত উপস্থিত হৈ হাতী পোৱালিটোক খেদিবলৈ চেষ্টা কৰে যদিও প্ৰতিকূল বতৰৰ বাবে হাতীটো খেদি পঠিওৱাত বাধাৰ সন্মুখীন হয়।

ৰাণীত মুক্ত বিচৰণ হাতী পোৱালিৰ

ABOUT THE AUTHOR

...view details