অসম

assam

ETV Bharat / state

দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি সাজি উলিয়ালে এগৰাকী কিশোৰে - durga puja preparation

এমাহজোৰা সাধনাৰ অন্তত উত্তৰ-গুৱাহাটীৰ কটাহবজাৰৰ পাৰ্থিৱ বড়ো নামৰ কিশোৰ এগৰাকীয়ে সাজি উলিয়ালে দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি ৷ চৰকাৰে জাৰি কৰা COVID প্ৰট'কল মানি ‌ঘৰতেই দুৰ্গাপূজা উদযাপনৰ প্ৰস্তুতি চলাইছে প্ৰতিভাৱান কিশোৰগৰাকীয়ে ৷

দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি
দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি

By

Published : Oct 20, 2020, 7:13 PM IST

বাইহাটা, 20 অক্টোবৰ:দুৰ্গা পূজালৈ মাজত মাথো এটা দিন ৷ কিন্তু এইবেলি আগৰ দৰে স্বাভাৱিক নহয় পৰিস্থিতি ৷ যাৰ বাবে চৰকাৰে জাৰি কৰা COVID প্ৰট'কল মানি ‌ঘৰতেই দুৰ্গাপূজা উদযাপনৰ প্ৰস্তুতি চলাইছে এগৰাকী প্ৰতিভাৱান কিশোৰে ৷

দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি সাজি উলিয়ালে এগৰাকী কিশোৰে

উত্তৰ-গুৱাহাটীৰ কটাহবজাৰৰ পাৰ্থিৱ বড়ো নামৰ কিশোৰগৰাকীয়ে প্ৰায় এমাহজোৰা সাধনাৰ অন্তত সাজু কৰি উলিয়াইছে দেৱী দুৰ্গাৰ লগতে লক্ষ্মী, সৰস্বতী, গণেশকে আদি ভগৱানৰ মৃন্ময় মূৰ্তি ৷ কিশোৰগৰাকীৰ শিল্প কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

লগতে পঢ়ক:কৰ'ণাৰ প্ৰাদুৰ্ভাৱ: ক্ষতিগ্ৰস্ত বস্ত্ৰ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details