অসম

assam

By

Published : Jun 2, 2020, 5:02 PM IST

ETV Bharat / state

পুনৰায় Covid 19ত আক্ৰান্ত ৰাজ্যৰ এগৰাকী চিকিৎসক

কামৰূপৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ দীপক চন্দ্ৰ দাসৰ দেহত ধৰা পৰিছে COVID 19ৰ উপস্থিতি ৷ এই খবৰ প্ৰচাৰৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ ।

Dr Dipak chandra Das tested Covid 19 positive kamrup assam etv bharat news
Covid 19 ত আক্ৰান্ত চিকিৎসক

আমিনগাঁও,2 জুন:পুনৰ এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে Covid 19ৰ উপস্থিতি ৷কামৰূপৰশিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ দীপক চন্দ্ৰ দাসৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ উপস্থিতি ৷ উল্লেখ্য যে,সোমবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিঙিমাৰী চিকিৎসালয় পৰিদর্শন কৰাৰ সময়ত সংস্পৰ্শলৈ আহিছিল বহু লোকৰ । উক্ত অনুষ্ঠানত মন্ত্ৰী শৰ্মাৰ সমীপতে দেখা গৈছিল চিকিৎসকগৰাকীক । এই খবৰ প্ৰচাৰৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ । শুৱালকুছি চিকিৎসালয়ত মহকুমা স্বাস্থ্য বিষয়া হিচাপে কৰ্মৰত চিকিৎসকগৰাকীয়ে অ’পিডি বিভাগত থকা প্ৰায় ২০ জন ৰোগীৰ চিকিৎসা কৰিছিল ৷

Covid 19 ত আক্ৰান্ত চিকিৎসক

ABOUT THE AUTHOR

...view details