অসম

assam

ছয়গাঁৱত অবৈধ কাঠ মিল জব্দ

By

Published : Aug 23, 2019, 7:50 AM IST

জৰাপাৰাত আৰক্ষী আৰু বন বিভাগৰ অভিযান ৷

জব্দ শাল, চেগুনকে ধৰি বৃহৎ পৰিমাণৰ ফলা কাঠ আৰু গছৰ কুণ্ডা

ছয়গাঁও,23 আগষ্ট:

  • জাৰাপাৰাত উচ্ছেদ এটা অবৈধ কাঠ ফলা মিল
  • বন বিভাগে জব্দ উচ্ছেদ কৰিলে অবৈধ ফলা কাঠৰ দোকান
  • শাল, চেগুনকে ধৰি বৃহৎ পৰিমাণৰ ফলা কাঠ, গছৰ কুণ্ডা জব্দ
    ছয়গাঁৱত অবৈধ কাঠ মিল জব্দ
  • অবৈধ মিলৰ গৰাকী উমেদ আলী পলাতক
  • বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ, বকো আৰক্ষীৰ সহযোগত বন বিভাগৰ এই অভিযান

ABOUT THE AUTHOR

...view details