অসম

assam

By

Published : Mar 12, 2019, 12:49 AM IST

ETV Bharat / state

বকোত অবৈধ বাংলা ইটা ভাটাৰ উচ্ছেদ

বকোত এস্কাভেটৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত অবৈধভাৱে গঢ়ি উঠা ৭টা ইটা ভাটা ধ্বংস কৰে প্ৰশাসনে। বকো চক্ৰৰ বিষয়া পিংকি দত্তৰ নেতৃত্বত ৩০ লাখ টকা মূল্যৰ এই অবৈধ ইটা সমূহ ধ্বংস কৰে প্ৰশাসণে।

বকোত অবৈধ বাংলা ইটা ভাটাৰ উচ্ছেদ


১১ মাৰ্চ, কামৰূপঃ বকোত ৰাইজৰ প্ৰতিবাদত সেও মানিলে প্ৰশাসনে ৷ অৱশেষত উচ্ছেদ কৰিবলৈ বাধ্য হ'ল অৱৈধ বাংলা ইটাৰ ভাটা ৷ বকোৰ তাৰাবাৰীত অবৈধ ইটা ভাটাৰ বিৰুদ্ধে সোমবাৰে প্ৰশাসনে চলালে এক অভিযান।

বকোত অবৈধ বাংলা ইটা ভাটাৰ উচ্ছেদ

তথ্যানুসাৰী বকোত এস্কাভেটৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত অবৈধভাৱে গঢ়ি উঠা ৭টা ইটা ভাটা ধ্বংস কৰে প্ৰশাসনে। বকো চক্ৰৰ বিষয়া পিংকি দত্তৰ নেতৃত্বত ৩০ লাখ টকা মূল্যৰ এই অবৈধ ইটা সমূহ ধ্বংস কৰে প্ৰশাসনে।

জানিব পৰা মতে বকোৰ জনবসতিপূৰ্ণ এলেকাত অসাধু ব্যৱসায়ীয়ে ইটা ভাটা স্থাপন কৰি গঞাৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছিল তীব্ৰ ভাবুকি৷ ইটা ভাটাৰ পৰা নিৰ্গত হোৱা অস্বাস্থ্যকৰ ক'লা ধোৱাই বিপৰ্যস্ত কৰি তুলিছিল স্থানীয় ৰাইজক৷অৱশেষত সোমবাৰে উচ্ছেদ কৰা হয় ইটা ভাটাসমূহ ৷

ABOUT THE AUTHOR

...view details