ৰঙিয়া, ৯ নৱেম্বৰ: ৰাজ্য চৰকাৰৰগ্ৰাম্য যোজনাৰ অধীনত ৰঙিয়াৰ বিচেন্নালা আৰু পিতাম্বৰ হাটবজালী গাঁৱক 'আদৰ্শ গাঁও' হিচাপে ঘোষণা কৰা হৈছে। বিচেন্নালা পঞ্চায়তত আয়োজন কৰা এখন সভাত এই কথা ঘোষণা কৰে স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই।
ৰঙিয়াৰ বিচেন্নালা আৰু পিতাম্বৰ হাটবজালী গাঁৱলৈ আদৰ্শ গাঁৱৰ স্বীকৃতি - ৰাজ্য চৰকাৰৰ
আদৰ্শ গাঁৱৰ স্বীকৃতি পালে ৰঙিয়াৰ বিচেন্নালা আৰু পিতাম্বৰ হাটবজালী গাঁৱে। ৰাজ্য চৰকাৰৰ গ্ৰাম্য যোজনাৰ অধীনত 'আদৰ্শ গাঁও' ঘোষণা।
ৰঙিয়াৰ বিচেন্নালা আৰু পিতাম্বৰ হাটবজালী গাঁৱলৈ আদৰ্শ গাঁৱৰ স্বীকৃতি
পৰৱৰ্তী সময়ত গাঁও দুখনত উন্নয়নমূলক কাম-কাজ আৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে।উক্ত সভাত পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিতন কলিতাৰ লগতে শতাধিক স্থানীয় লোক উপস্থিত থাকে। আনহাতে, 'আদৰ্শ গাঁও' বিচাপে স্বীকৃতি লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে দুয়োখন গাঁৱৰ ৰাইজ।