লখিমপুৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
লখিমপুৰত জ্বলিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ৷ নিজৰ পাপ্যৰ পৰা বঞ্চিত হৈ থাকিব লগা সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে পুত্তলিকা দাহৰে ক্ষোভ প্ৰকাশ কৰিলে এইদৰে ৷
বিলাসীপাৰাৰ চাপৰত ক'ৰণাই ললে কিশোৰীৰ প্ৰাণ
পূৱ বিলাসীপাৰাৰ চাপৰত ক'ৰণাত প্ৰাণ গল এগৰাকী কিশোৰীৰ । মৃত কিশোৰী গৰাকী চাপৰৰ শিমলাবাৰী তৃতীয় খণ্ড গাঁৱৰ প্ৰয়াত ৰমজান আলীৰ কন্যা ৰমিচা খাতুন (১৬) বুলি জানিব পৰা গৈছে ।
জাকজমকতা অবিহনে সৰু পেণ্ডেলতে উদযাপন কৰিব লাগিব পূজা !
সমাগত শাৰদীয় দূৰ্গা পূজা ৷ কিন্তু মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ বাবে এতিয়া আতংকিত জিলাখনৰ পূজাৰ আয়োজক কমিটি সমূহ ৷ কি দৰে পালন কৰা হ’ব এইবাৰৰ দূৰ্গা পূজা ! এই প্ৰসংগত শুকুৰবাৰে কৰিমগঞ্জত জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুস্থিত হৈ যায় এখন সভা ৷
বিহপুৰীয়াৰ খেৰাজখাট ক'ভিড চিকিৎসাকেন্দ্ৰত কি চলিছে ?
পানী যোগানৰ দায়িত্বত নিয়োজিত জনস্বাস্থ্য কাৰিকৰী বিভাগে সময়মতে কাম কৰি থকাৰ মাজতো ৰোগীয়ে পানী অপব্যয় কৰা আৰু কাৰিকৰী ভুলৰ বাবে নিশা নোহোৱা হৈছিল পানী ৷ কেন্দ্ৰ পৰিচালক ডা° অতুল খাউণ্ডৰ নেতৃত্বত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পাছতো চিকিৎসকক দুব্যৱহাৰ বিষয়টোৱে মনোকষ্ট দিছে চিকিৎসকসকলক ৷
দলগাঁৱত যুৱতীৰ ৰহস্যজনক মৃত্যু
প্ৰেমৰ এক কৰুণ পৰিনতি । দলগাঁৱত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু । মৃত যুৱতী গৰাকী দলগাঁও থানাৰ অন্তৰ্গত নগাঁৱৰ এলিজা পাৰবিন বুলি জানিব পৰা গৈছে ৷