Encounter in Nagaon: ৭২ ঘণ্টাত তিনিটাকৈ এনকাউণ্টাৰ নগাঁও আৰক্ষীৰ
৭২ ঘণ্টাৰ ভিতৰতে সংঘটিত তিনিটাকৈ এনকাউণ্টাৰৰ ঘটনাই কঁপাইছে নগাঁৱৰ অপৰাধ জগতক । প্ৰথমে শিশু ধৰ্ষণকাৰী, দ্বিতীয়তে জালনোট ব্যৱসায়ী আৰু তাৰ পাচত ড্ৰাগছ মাফিয়া ৷ ৭২ ঘণ্টাৰ ভিতৰত হোৱা নগাঁও আৰক্ষীৰ তৃতীয়টো এনকাউণ্টাৰত আহত হয় কুখ্যাত ড্ৰাগছ মাফিয়া মইজুল ইছলাম (Encounter in Nagaon)।
GMCH ৰ পৰা শিশু অপহৰণ কৰা মহিলাৰ ফটো ৰাজহুৱা কৰিলে মহানগৰ আৰক্ষীয়ে
১৩ এপ্ৰিলৰ দিনা কাহিলি পুৱাতে জিএমচিএইচৰ পৰা অন্তৰ্ধান হোৱা এটা শিশুৰ অপহৰণৰ (Child kidnap in GMCH) সৈতে জড়িত এগৰাকী মহিলাৰ ফটো ৰাজহুৱা কৰিছে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত নোমল মাহাত্তাই ৷ জানো আহক সমগ্ৰ ঘটনা ৷
বাংলাদেশৰ মুক্তিত উত্তৰ-পূৰ্বাঞ্চলত শান্তি-স্থিৰতা আছে : ৰাজনাথ সিং
শংকৰদেৱ কলাক্ষেত্ৰত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ বাবে অসম চৰকাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী (Rajnath Singh at Sankaradeva Kalakshetra)। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সাহসিকতা তথা আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা অসমৰ বীৰ যোদ্ধাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।
মিছন বসুন্ধৰা : ১০ মে'ৰ পূৰ্বে সমাপ্ত হ'ব প্ৰথম পৰ্যায়
৮,১৩,৯৩৬ খন আৱেদনৰ ভিতৰত ৭,৪০,০৬৮ খনৰ নিষ্পত্তি । গাঁও জৰীপৰ ৮৭.৭৮ শতাংশ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। ১০ মে'ৰ পাছত আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায় (second phase Mission Vasundhara ) । দ্বিতীয় পর্যায়ত গুৱাহাটীৰ বাসিন্দাৰ একচনীয়া ভূমি, দীর্ঘদিন দখল কৰি থকা চৰকাৰী ভূমিৰ ম্যাদীকৰণৰ প্রক্রিয়া আৰম্ভ হােৱাৰ সম্ভাৱনা ।
Rape in Guwahati: ৭২ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ১১ বছৰীয়া নাবালিকা
মহানগৰীত সংঘটিত হ’ল ঘৃণনীয় কাণ্ড ৷ নাতিনীয়েকৰ বয়সৰ এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী ৭২ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে (Allegation against old man of raped minor girl in Guwahati) ৷ ইতিমধ্যে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে অভিযুক্ত বৃদ্ধক ৷