শিৱসাগৰত পথ দুৰ্ঘটনা থিতাতে নিহত 1 জন: আহত 10 জন
শিৱসাগৰৰ হালোৱাটিঙত মঙলবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(One killed in Road accident at Sivasagar) ৷
কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনিৰ ক্ষেত্ৰত প’ৰ্টেল আধাৰিত জমা ব্যৱস্থা প্ৰৱর্তনৰ নিৰ্দেশ
জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক ।
Encounter at Moran: মৰাণত অসম আৰক্ষীৰ এনকাউণ্টাৰ
ডিব্ৰুগড়ৰ মৰাণত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Encounter at Moran)৷ এনকাউণ্টাৰত একাধিক অপৰাধজনিত ঘটনাৰ সৈতে জড়িত এজন দুধৰ্ষ অপৰাধী আহত ৷
এটা সময়ত অসমত ক্ৰাইম নোহোৱা হৈ যাব : মুখ্যমন্ত্ৰী
মহানগৰীত ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (Assam CM reaction on guwahati firing incident)। গুৱাহাটীত বিগত ৯ মাহত যিমানকেইটা ক্ৰাইম হৈছে গোটেই কেইটা ধৰা হৈছে আৰু এইটোও ধৰা হ'ব । বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই বৰ্ষৰ জানুৱাৰী মাহলৈ অসমত ৩০ শতাংশ ক্ৰাইম কমিছে ।
থলুৱা জনজাতিৰ বাবে ভাষা বিকাশ সমিতি গঠনৰ আহ্বান মহাৰাজা প্ৰদ্যুত কিশোৰৰ
ত্ৰিপুৰাৰ থলুৱা ভাষাসমূহ সংৰক্ষণৰ হকে ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদে (Tripura Tribal Areas Autonomous District Council চমুকৈ TTAADC) আয়োজন ককৰে এক সভাৰ ৷