তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (Assam CM pressmeet regarding cabinet decision)। ২৫ ফেব্ৰুৱাৰীত ৰাজ্যত আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ নতুনকৈ সজাই তুলিব খোজা সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ram Nath Kovind to visit Assam on three day)।
ৰাজ্যসভা নিৰ্বাচন: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...
মাজুলীৰ উপ-নিৰ্বাচনত(Majuli by Election 2022) বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পাছত এইবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হ’ব লৈ তাকে লৈ ৰাজ্যিক বিজেপিৰ ভিতৰে বাহিৰে চলিছে চৰ্চা ৷ ৰাজ্যিক বিজেপিৰ শেহতীয়া কেতবোৰ ঘটনাক্ৰমলৈ মন কৰিলে দেখা যায় যে দলৰ প্ৰায়বিলাক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সভাপতিৰ পূৰ্বে মুখ্যমন্ত্ৰীয়েহে ৰাজহুৱা কৰে ৷ গতিকে নিশ্চিতভাবে প্ৰাৰ্থী সেইজনহে হ’ব যিজনক মুখ্যমন্ত্ৰীয়ে বিচাৰিব ।
APHLCৰ বিৰুদ্ধে সৰৱ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং
কাৰ্বি আংলঙত বিজেপি আৰু এপিএইচএলচি দলৰ মাজত সংঘাত বৃদ্ধি পাইছে (BJP and APHLC clash in Karbi Anglong)। এইবাৰ এপিএইচএলচি দলৰ বিৰুদ্ধে সৰৱ হ'ল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং । দলটোৱে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলিৰাম ৰংহাঙৰ ।
মাজুলীৰ ৰাজনীতিত ইউটাৰ্ন চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে থিয় দিলে ৰাজীৱ লোচন পেগুৱে
মাজুলীৰ উপ-নিৰ্বাচনক লৈ ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ (Majuli by election 2022) ৷ তাৰ মাজতে AJP ৰ কাৰ্যালয়ত দেখা গ’ল প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক (Rajib Lochan Pegu visited AJP office in Majuli) ৷
মাজুলী উপ নিৰ্বাচনত দিনৰ পোহৰৰ দৰে জয় হোৱাটো নিশ্চিত : মন্ত্ৰী পীযুষ হাজৰিকা
মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই মাজুলী উপ-নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰা আন আন দলক নাম উল্লেখ নকৰাকৈ ৰাজনৈতিক খেলত নতুন বুলি কোৱাৰ উপৰিও ছিজনেল ফ্লাৱাৰ বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Piyush Hazarika in Majuli to campaign for Majuli bypoll ) ৷