এইবাৰ আৰৱ সাগৰত সাতুৰিব এলভিছ আলী হাজৰিকাই
এলভিছ হৈছে ১৯৯২ চনত চীনত অনুষ্ঠিত এছিয়া-পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ(Elvis Ali Hazarika becomes first Assames) । তেওঁ ১৯৯৪ চনৰ এছিয়ান চুইমিং প্ৰতিযোগিতাত দুটা স্বৰ্ণসহ ছয়টা পদক জয় কৰি অভিলেখো গঢ়িছিল ।
Police raid in Nagaon: দুৰ্নীতিগ্রস্ত কৰ পৰিদৰ্শকৰ অট্টালিকাত আৰক্ষীৰ অভিযান
দুৰ্নীতিগ্রস্ত GST পৰিদৰ্শকৰ বিশাল অট্টালিকাত আৰক্ষীৰ অভিযান (Police raid building of corrupt GST inspector)। নগাঁও আৰক্ষীৰ অভিযান দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাসগৃহত । বাসগৃহৰ পৰা জব্দ বহু আপত্তিজনক নথি, ছীল মোহৰ ।
আলফাত যোগদান কৰিছে গুৱাহাটীৰ সৰস্বতী আৰু ৰুমীয়ে : ভাস্কৰ জ্যোতি মহন্ত
অৱশেষত নিশ্চিত হ’ল ৷ গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা দুই যুৱতী গৈছে আলফালৈ (Two girls from Guwahati joined ULFA-I) ৷ গুৱাহাটীৰ দুই যুৱতী আলফা(স্বা)লৈ যোৱাটো নিশ্চিত কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা আৰম্ভ
জল পৰিবহন বিভাগৰ অভিলাষী আঁচনিৰ ফলস্বৰূপে এতিয়াৰে পৰা নিশাও ফেৰীৰে যাত্ৰা কৰিব পৰা যাব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ (Night ferry service in Guwahati begins)। ইয়াৰ বাবে এটা ম’বাইল এপো প্ৰস্তুত কৰি উলিওৱা হৈছে । যিয়ে নিশা ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী চলাচলৰ ক্ষেত্ৰত দিশ নিৰ্ণয় কৰিব ।
Municipal Election 2022: পৌৰসভাত শত্ৰুৰ ৰূপত অগপ বিজেপি
প্ৰকৃততে অগপ আৰু বিজেপিৰ মাজৰ সম্পৰ্ক কি ? দল দুটা পৰস্পৰ বিৰোধী নেকি ? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে চৰ্চাত ৷ কিয়নো পৌৰসভা আৰু নগৰ সমিতিত প্ৰায় এক ডজন পৌৰসভা আৰু নগৰ সমিতিত অগপ আৰু বিজেপি উভয়েই নামিছে সমুখ সমৰত (AGP BJP as an enemy in municipal election) ।